সোণাৰি: সোণাৰি বাঁহ বাৰীত বিষ্ণু জ্যোতি নামঘৰত ভাগৱত পাঠ আৰু ব্যাখা অনুষ্ঠানত উপস্থিত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ৷
চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ অন্তৰ্গত সোণাৰি বাঁহ বাৰীত বিষ্ণু জ্যোতি নামঘৰত ভাগৱত পাঠ আৰু ব্যাখা অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে উপস্থিত হৈ সকলোৰে মংগল কামনা কৰি ভকতৰ আর্শীবাদ গ্রহণ কৰে ৷