Public App Logo
Jansamasya
National
Haryana
Pmmsy
Matsyasampadasesamriddhi
���ीएसटी
Cybersecurityawareness
Nextgengst
Fidfimpact
Happydiwali
Diwali2025
Railinfra4andhrapradesh
Responsiblerailyatri
Andhrapradesh
���हात्मा_गांधी
���ांधी_जयंती
Gandhijayanti
Digitalindia
Fisheries
Nfdp
Swasthnarisashaktparivar
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat

ওদালগুৰি: প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন প্ৰথমতো ষট্ পূজা , ভাৰত-ভূটান সীমান্তৰ ভেৰগাঁৱত ১৪ খন ষট্ পূজা সামৰনি পৰিল

Udalguri, Udalguri | Oct 28, 2025
বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সমগ্ৰ BTCত ১২০ খন ষট্ ঘাটলৈ ২০ হাজাৰ টকাকৈ সাহায্য প্ৰদান ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৰ ভেৰগাঁৱৰ শুক্লাই , বামুনজুলি আৰু ডিমাকুছিতো মাঙ্গলিক ৰীতি নিয়মেৰে অতি উলহ- মালহেৰে পৰম্পৰাগত ষট্‌ পূজা পালন কৰা হয় ৷ ষট্ পূজা স্থলীৰ পৰাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে জুবিনৰ মৃত্যুৰ ন্যায়ৰ দাবী জনালে হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ তথা হিন্দীভাষী লোকে ।

MORE NEWS