নগাঁও: নেহৰুবালিৰ বাকৰিৰ পৰা উলিওৱা প্ৰতিযোগিতাৰ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ
Nagaon, Nagaon | Nov 2, 2025 অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত "মাৰোৱাৰী মঞ্চ নগাঁৱ"ৰ উদ্যোগত আজি নগাঁৱৰ ঐতিহ্যমণ্ডিত নেহৰুবালিৰ বাকৰিৰ পৰা উৰিয়াগাঁও বাইপাছ পৰ্যন্ত উলিওৱা মাৰথান প্ৰতিযোগিতাৰ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি প্ৰতিযোগীসকলক উৎসাহিত কৰে ৰূপক শৰ্মাই।মাৰথান প্ৰতিযোগিতাৰ শুভ উদ্বোধনী অনুষ্ঠানত সৰ্তীথ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া, নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পৰবৰ্তী সময়ত বঁটা-বিতৰণী অনুষ্ঠানত