বিজনী ভাগ: বিজনীত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব, বিজনীত ঘোষণা বিধায়ক অজয় কুমাৰ ৰায়ৰ
চিৰাং জিলাৰ বিজনীত প্ৰয়াত কন্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব, বিজনীত ঘোষণা বিজনী বিধানসভা সমষ্টিৰ বিধায়ক বিধায়ক অজয় কুমাৰ ৰায়ৰ,লগতে বিধায়ক গৰাকীয়ে কয় যে জুবিন গাৰ্গ আমাৰ হৃদয়ত থাকিব।