পশ্চিম যোৰহাট: আৰক্ষী চাউনীত মহিলা আৰক্ষী বিষয়া সকলৰ কৰা হয় স্বাস্থ্য পৰীক্ষা , অনুষ্ঠিত হয় এক স্বাস্থ্য পৰীক্ষা শিৱিৰ
আৰক্ষী চাউনীত মহিলা আৰক্ষী বিষয়া সকলৰ কৰা হয় স্বাস্থ্য পৰীক্ষা । অনুষ্ঠিত হয় এক স্বাস্থ্য পৰীক্ষা শিৱিৰ । যোৰহাট স্থিত আৰক্ষী চাউনীত আজি মহিলা আৰক্ষী বিষয়া সকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। যুটীয়া স্বাস্থ্য বিভাগৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা অনুষ্ঠিত হয় উক্ত শিৱিৰ । কেইবাজনো জ্যেষ্ঠ চিকিৎসকৰ উপস্থিতিত জনসাধাৰণৰ হৈ সেৱা আগবঢ়োৱা মহিলা আৰক্ষীক স্বাস্থ্য পৰীক্ষা।