নগাঁও: নগাঁৱৰ কঠিয়াতলীত ভয়ংকৰ অগ্নিকাণ্ড,দাউদাউকৈ জ্বলিল এটা বেকাৰী বিস্কুটৰ ফেক্টৰী সহ ৪ টাকৈ বাসগৃহ,মন্তব্য ভুক্তভোগীৰ
Nagaon, Nagaon | Oct 20, 2025 নগাঁৱৰ কঠিয়াতলীত ভয়ংকৰ অগ্নিকাণ্ড ৷দাউদাউকৈ জ্বলিল এটা বেকাৰী বিস্কুটৰ ফেক্টৰী সহ ৪ টাকৈ বাসগৃহ ৷সোমবাৰে পুৱতি নিশা প্ৰায় চাৰি মান বজাত কামপুৰ কঠিয়াতলী সংযোগী পথত থকা তুফান বেকাৰীত এই অগ্নিকাণ্ড সংঘটিত হয়৷চৌহদত থকা আন তিনিটা বাসগৃহ ভস্মিভূত হয় অগ্নিকাণ্ডত ৷ স্থানীয় ৰাইজৰ সহযোগত চাৰিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাৰ চেষ্টা কৰে ।দুটা ডি জি, বিস্কুট ফেক্টৰী সহ চাৰিটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মিভূত হয় ৷বিদ্যুতৰ শ্ব'ট চাৰ্কিতৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ স