গুৱাহাটী: মহানগৰীৰ খানাপাৰাত উদ্ধাৰ মৃতদহ,খানাপাৰা উৰণসেতুৰ সমীপত উদ্ধাৰ মৃতদেহটো
মহানগৰীৰ খানাপাৰাত উদ্ধাৰ মৃতদহ,খানাপাৰা উৰণসেতুৰ সমীপত উদ্ধাৰ মৃতদেহটো।মৃত যুৱকজনৰ ডিঙিত আছে জুবিন গাৰ্গ ক্ষেত্ৰৰ স্বেচ্ছাসেৱকৰ পৰিচয় পত্ৰ ।কোনোৱে যুৱকজনক হত্যা কৰি থৈ যোৱাৰ সন্দেহ।সেই স্থানত প্ৰায়েই চালে সুৰা, ড্ৰাগছ, ভাংৰ আড্ডা।সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।