গুৱাহাটী: কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন সমাগত,মঙলবাৰে কেইবাটাও পদত ছাত্ৰ–ছাত্ৰীয়ে দাখিল কৰে মনোনয়ন
কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন সমাগত,মঙলবাৰে কেইবাটাও পদত ছাত্ৰ–ছাত্ৰীয়ে দাখিল কৰে মনোনয়ন। সভাপতি, সম্পাদক আৰু বহুকেইটা পদত ২ বজাৰ পূৰ্বেই মনোনয়ন দাখিল। শতাধিক সমৰ্থকক লৈ মনোনয়ন দাখিল কৰিলে ছাত্ৰ–ছাত্ৰীয়ে।