নগাঁও: চামগুৰিত আৰক্ষীয়ে জব্দ কৰে গৰু ভৰ্ত্তি এখন বাহন,জব্দ ১২টা গৰু সহ আটক কৰে এজনক
Nagaon, Nagaon | Sep 17, 2025 ৰাজ্যত গোপনে চলি আছে গৰু সৰবৰাহ। বুধবাৰে বিয়লি দুই বাজি ৩০ মিনিটত চামগুৰিত আৰক্ষীয়ে জব্দ কৰে গৰু ভৰ্ত্তি বাহন।AS 21 AC 2182 পঞ্জীয়ন নম্বৰৰ বাহন খনৰ সৈতে জব্দ কৰে ১২ টাকৈ গৰু।উজনিৰ পৰা নামনি দিশে লৈ যোৱা হৈছিল গৰু কেইটাবৈধ নথি পত্ৰ দেখুৱাব নোৱাৰাৰ বাবে ১২ টা গৰু আৰু বাহনৰ সৈতে আটক কৰে সৰু পথাৰৰ মুন্তা আলীক।