গুৱাহাটী: সোনাপুৰৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত উপস্থিত পত্নী গৰিমা শইকীয়া গাৰ্গক আৰু ভগ্নী পামী বৰঠাকুৰ
সোনাপুৰৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত উপস্থিত পত্নী গৰিমা শইকীয়া গাৰ্গক আৰু ভগ্নী পামী বৰঠাকুৰৰ লগতে আন আন বহুতো লোক। জুবিন ক্ষেত্ৰৰ ভূমি চাবলৈ উপস্থিত হৈছিল গৰিমা শইকীয়া ।