বিজনী ভাগ: হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিয়োগত বিজনীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ জাতিৰ অমূল্য সম্পদ হেৰুৱাই পেলালোঁ
হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিয়োগত চিৰাং জিলাৰ বিজনীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ জাতিৰ অমূল্য সম্পদ হেৰুৱাই পেলালোঁ ,মৰ্মান্তিক ঘটনা, দুখদায়ক ঘটনা,জাতিৰ অপূৰণীয় ক্ষতি,জাতিৰ অমূল্য সম্পদ হেৰুৱাই পেলালোঁ।