চাবুৱা: ডিকমৰ নাদুৱা বাইপাছৰ এৰাসুঁতিত উদ্ধাৰ হৈছে এটা অৰ্ধগলিত অচিনাক্ত মৃতদেহ,মৰণোত্তৰ পৰীক্ষাৰ বাবে এএমচিএইচলৈ প্ৰেৰণ আৰক্ষীৰ
Chabua, Dibrugarh | Aug 4, 2025
আজি সোমবাৰে দিনৰ ১ বজাত ডিকমৰ নাদুৱা বাইপাছৰ এটা এৰা সুঁতিত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ। অচিনাক্ত মৃতদেহটো উদ্ধাৰকলৈ...