মানকাচৰ: জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত হাটশিঙিমাৰীত HIV AIDS ৰ বাবে সজাগতা সভা অনুষ্ঠিত
Mankachar, South Salmara-Mankachar | Aug 23, 2025
শনিবাৰে দিনৰ ৩ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত হাটশিঙিমাৰীত আয়োজন কৰে HIV AIDS ৰ বাবে সজাগতা...