হোজাই: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইত উখল-মাখল পৰিবেশৰ মাজতে উদযাপন কৰা হয় বিশ্বকৰ্মা পূজা
Hojai, Hojai | Sep 17, 2025 ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইত উখল-মাখল পৰিবেশৰ মাজতে উদযাপন কৰা হয় বিশ্বকৰ্মা পূজা।এই দৃশ্য বুধবাৰে দিনৰ ১২ বাজি ২০মিনিটৰ।হোজাইৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যালয়,হোজাই শক্তি বিভাগ, হোজাই বন বিভাগককে আদি কৰি বিভিন্ন চৰকাৰী কাৰ্য্যালয়ত উদযাপন কৰা হয় বিশ্ব খনিকৰ বিশ্বকর্মা পূজা।ধূপ-দ্বীপ, নৈবৈদ্য আৰু পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণৰে মুখৰিত হৈ পৰিছে সমগ্ৰ হোজাই অঞ্চল।