পশ্চিম যোৰহাট: যোৰহাটত শিল্পী জুবিন গাৰ্গৰ ১৩ দিনীয়া মাংগলিক কাৰ্য অনুষ্ঠানত মন্ত্ৰী অতুল বৰা উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে
যোৰহাটত শিল্পী জুবিন গাৰ্গৰ ১৩ দিনীয়া মাংগলিক কাৰ্য অনুষ্ঠানত মন্ত্ৰী অতুল বৰা উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ সকলোৰে মাজৰপৰা কায়িকভাৱে আঁতৰি যোৱা বুধবাৰে ১৩ দিন হ'ল। বৰেণ্য শিল্পীগৰাকীৰ ১৩ দিনীয়া মাংগলিক কাৰ্য বুধবাৰে যোৰহাটত অনুষ্ঠিত হয়। এই অনুষ্ঠানত মন্ত্ৰী অতুল বৰা উপস্থিত হৈ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।কায়িকভাৱে নাথাকিলেও জুবিন এক বিশাল সংগীতানুষ্ঠানৰ ৰূপত প্ৰতিটো প্ৰজন্মৰ মাজত উজলি থাকিব চিৰকাল এই আশ