গুৱাহাটী: চচলত NHM কৰ্মচাৰীৰ বিক্ষোভ চচলৰ ধৰ্না স্থলীত বিভিন্ন জিলাৰ পৰা আহিছে হাজাৰ ৰো অধিক কৰ্মচাৰী
চচলত NHM কৰ্মচাৰীৰ বিক্ষোভ চচলৰ ধৰ্না স্থলীত বিভিন্ন জিলাৰ পৰা আহিছে হাজাৰ ৰো অধিক কৰ্মচাৰী । চচলত প্ৰতিবাদ সাব্যস্ত কৰি কৰ্ম বিৰতি আৰু অৱস্থান ধৰ্মঘট।চৰকাৰী স্বাস্থ্য কৰ্মচাৰীৰ দৰে সম দৰমহা পোৱাৰ দাবীত এই প্ৰতিবাদ ।প্ৰতিবাদৰ প্ৰাক মুহূৰ্তত জুবিন গাৰ্গৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন লগতে মৌন প্ৰাৰ্থনা জনাই NHM কৰ্মচাৰী পৰিষদে জয় জুবিন দা ধ্বনি দি শ্ৰদ্ধা নিবেদন।