বিজনী ভাগ: টাংগাবাৰীৰ পৰা সৰু আমগুৰিলৈ যোৱা পকী দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে
Bijni Part, Chirang | Aug 19, 2025
আজি চিৰাং জিলাৰ টাংগাবাৰীত টাংগাবাৰীৰ পৰা সৰু আমগুৰিলৈ যোৱা পকী দলং নিৰ্মাণৰ বাবে আজি আধাৰশিলা স্থাপন কৰে বিজনী বিধানসভা...