বৃহস্পতিবাৰে দিনৰ আনুমানিক ১ বজাত সাতসিয়া আইৰকাটা সংযোগী পথত ভয়ংকৰ পথ দুৰ্ঘটনা ,গুৰুতৰ ভাবে আহত ২জন বাইক আৰোহী আজি সাতসিয়া আইৰকাটা সংযোগী পথত ভয়ংকৰ বাইক দুৰ্ঘটনা সংঘটিত হয়। উক্ত দুৰ্ঘটনাত দুজন বাইক আৰোহী গুৰুতৰ ভাবে আহত হয়।স্থানীয় ৰাইজে আহত দুজনক চিকিৎসালয় লৈ প্ৰেৰণ কৰে।