আজাৰা: অসম মেঘালয় সীমান্তত চোৰাং গৰু জব্দ,নিশা অভিযান চলাই গ্ৰেপ্তাৰ ৪ জন সৰবৰাহকাৰী
অসম মেঘালয় সীমান্তত চোৰাং গৰু জব্দ । সৰবৰাহ সময়ত অতি দুৰ্গম অঞ্চলৰ পৰা উদ্ধাৰ কেইবাটাও গৰু । অসম মেঘালয় সীমান্তৰ পাহাৰত দুৰ্গম ঠাইত মজুত কৰি ৰাখিছিল গৰুকেইটা । ১১টাকৈ গৰু অতি দুৰ্গম ঠাইত মজুত কৰি ৰাখিছিল ।কামৰূপৰ ৰাণী আৰক্ষী চকীয়ে অভিযান চলাই উদ্ধাৰ কৰে আটাইকেইটা গৰু । সৰবৰাহত জড়িত লোকক নিশা গ্ৰেপ্তাৰ আৰক্ষীৰ ।