নগাঁও: জিলাৰ এখন অগ্ৰণী শিক্ষানু্ঠানৰ অধ্যক্ষৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ , সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া ভূক্তভোগীৰ
Nagaon, Nagaon | Sep 17, 2025 নগাঁৱৰ এখন অগ্ৰণী শিক্ষানু্ঠানৰ অধ্যক্ষৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ। নগাঁৱৰ কনচেপ্ট জুনিয়ৰ কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰৰ অভিভাৱকৰ এজাহাৰ। বিদ্যালয়ত অনুপস্থিতিৰ বাবেই কেইবাগৰাকী ছাত্ৰ ছাত্ৰীক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ অধ্যক্ষ মৃণাল বেজবৰুৱাৰ বিৰুদ্ধে। অধ্যক্ষ মৃণাল বেজবৰুৱাৰ জঘন্য কাণ্ডত ক্ষুণ্ণ ভুক্তভোগী ছাত্ৰ ছাত্ৰীৰ অভিভাৱক। অভিভাৱকৰ এজাহাৰৰ পাছতো আৰক্ষীয়ে আটক কৰিব