নলবাৰী: চহৰত নিযুত মইনা আঁচনিৰ চেক বিতৰণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই
নলবাৰীত নিযুত মইনা আঁচনিৰ চেক বিতৰণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।নলবাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠানত বিতৰণ কৰা হয় চেক সমূহ ।১০ গৰাকীকৈ ছাত্ৰীক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে। নলবাৰী জিলাখনত প্ৰায় ১২ হাজাৰ ছাত্ৰীক এইবাৰ নিযুত মইনা আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে ।