হোজাই: আইজল দেশৰ ৰাজধানীৰ সৈতে সংযুক্ত হোৱাকলৈ হোজাই ৰেল ষ্টেচনত ৰাজধানী এক্সপ্ৰেছ ৰেলৰ চালকক সম্ভাষণ জনোৱা হয়
Hojai, Hojai | Sep 13, 2025
আজি প্ৰধানমন্ত্ৰীয়ে ছাইৰাঙ-ভৈৰৱী নতুন ৰেলৱে পথ উদ্বোধন কৰে। ফলত আজিৰে পৰা আইজল দেশৰ ৰাজধানীৰ সৈতে পোনপটীয়াকৈ ৰে’লযোগে...