বৰপেটা: পৌৰসভাৰ খেল পথাৰত কেন্দ্ৰীয় ভাবে আয়োজন কৰা স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই
Barpeta, Barpeta | Aug 15, 2025
বৰপেটাত দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন ৷ বৰপেটা পৌৰসভা খেলপথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বৰপেটাৰ জিলা...