আজাৰা: নিউ গুৱাহাটী সম-জিলা আয়ুক্তৰ কাৰ্যালয়ত ভূমি পৰামৰ্শ সমিতিৰ বৈঠক অনুষ্ঠিত
নিউ গুৱাহাটী সম-জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়হ ভূমি পৰামৰ্শ সমিতিৰ বৈঠক । এই বৈঠকত বিভিন্ন বিষয় সম্পৰ্কে প্ৰশাসনৰ সৈতে আলোচনা কৰা হয় । উক্ত বৈঠক খনত উপস্থিত থাকে কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্ত, সম জিলাৰ বিষয়া সকল লগতে বিধায়কৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য ।