সৰ্থেবাৰী: সৰ্থেবাৰী আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ৫ জন চোৰক আটক কৰি বৰপেটাৰ আদালতত হাজিৰ কৰায়
Sarthebari, Barpeta | May 19, 2025
এশ দুশ , এক লাখ দুই লাখ নহয় একেবাৰেই দুই কোটি টকা কৰিলে চুৰি । সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কুকাৰপাৰত সংঘটিত হৈছিল...