ডুমডুমা: কাকপথাৰৰ ভাৰতীয় সেনা চাউনীত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত
শুকুৰবাৰে মাজনিশা কাকপথাৰৰ ভাৰতীয় সেনা চাউনীত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত । সেনা শিবিৰলৈ লক্ষ্য কৰি তিনিটা UBGL নিক্ষেপ লগতে প্ৰায় আধা ঘণ্টা ধৰি গুলী চালনা কৰা বুলি পুৱা প্ৰায় ৫ বজাত সেনা চাউনীৰ সমীপৰ লোকে অৱগত কৰে । ঘটনাত ভাৰতীয় সেনাৰ তিনিগৰাকী জোৱান আহত হোৱাৰ খবৰ পোৱা গৈছে । আলফা স্বাধীনৰ দ্বাৰা এই আক্ৰমণ সংঘটিত কৰাৰ সন্দেহ