📌মাজুলীত মুছলমান যুৱকে হিন্দু এগৰাকী যুৱতীক নাম সলনি কৰি বিয়া পতাৰ অভিযোগ প্ৰত্যাখ্যান খাৰছাদৰ ---
📌অভিযুক্ত যুৱকে অজ্ঞাতস্হানৰ পৰা মাজুলীৰ সংবাদলৈ লৈ প্ৰেৰণ কৰিছে এই ভিডিঅ ---
📌মহিলাগৰাকীৰ আৰু ব*হু বি*ৰ্ত*কি*ত তথ্য প্ৰেৰণ কৰিছে খাৰছাদে ---
পৰৰ্ৱতী প্ৰতিবেদনত সকলো লৈ আহিব মাজুলীৰ সংবাদে
💥এই বাতৰি অভিযোগ -প্ৰতিঅভিযোগ ৰ ভিত্তিত কৰা হৈছে প্ৰকাশ কৰা মন্তব্য ৰ বাবে মাজুলীৰ সংবাদ জগৰীয়া নহয় ---
💥 ইয়াৰ সত্য সত্যতা আৰক্ষীৰ অনুসন্ধান ত প্ৰমাণিত হব ----
#highlightseveryone @ majulirsangbaf
Ujani Majuli Circle, Majuli | Sep 24, 2026