গুৱাহাটী: GMCHত বিশ্বকৰ্মা পূজাত সকলোৰে মঙ্গল কামনাৰে বিশ্ব খনিকৰ প্ৰভু বিশ্বকৰ্মাৰ শ্ৰীচৰণত সেৱা জনায় মন্ত্ৰী কেশৱ মহন্তই
GMCHত বিশ্বকৰ্মা পূজাত সকলোৰে মঙ্গল কামনাৰে বিশ্ব খনিকৰ প্ৰভু বিশ্বকৰ্মাৰ শ্ৰীচৰণত সেৱা জনায় মন্ত্ৰী কেশৱ মহন্তই।মন্ত্ৰী গৰাকী লগত উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ সঞ্চালক ডাঃ এছ লক্ষ্মনন ,গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ কুমাৰ বৈশ্য আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ দেৱজ্যিৎ চৌধুৰী উপস্থিত থাকে।