বৰপেটা: হাউলীৰ কদমগুৰীত ভয়ংকৰ পথদুৰ্ঘটনা মৃত্যু তিনিজনৰ
হাউলীৰ কদমগুৰীত ভয়ংকৰ পথদুৰ্ঘটনা মৃত্যু তিনিজনৰ । বৰপেটা জিলাৰ হাউলী কদমগুৰী পথৰ কাষত বহি থকা অৱস্থাত চাৰিজন ব্যক্তিক এখন হুণ্ডাই ইঅ'ন বাহনে মহতিয়ায়।যাৰ ফলত তিনিজন ব্যক্তিগত ঘটনা স্থানতে মৃত্যু হয়।মৃত্যু হোৱা ব্যক্তিকেইজনক হৈছে ক্ৰমে কদম আলী, আলী হুছেইন, আৰিফ আলী বুলি জানিব পৰা গৈছে।