চাবুৱা: কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত হঠাৎ অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ, চাবুৱা আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন অৰ্ধশতাধিক ছাত্ৰী
Chabua, Dibrugarh | Sep 3, 2025
চাবুৱাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱৰ ফলত সঠাৎ চিকিৎসাধীন হৈছে অৰ্ধ শতাধিক ছাত্ৰী। আজি বুধবাৰে...