আজাৰা: গুৱাহাটীত উপস্থিত পশ্চিমবংগৰ সুকণ্ঠী গায়িকা জোজো মুখাৰ্জী
গুৱাহাটীত উপস্থিত পশ্চিমবংগৰ সুকণ্ঠী গায়িকা জোজো মুখাৰ্জী । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অসমত উপস্থিত গায়িকা গৰাকী । বৰঝাৰ বিমানবন্দৰৰ পৰা জুবিন গাৰ্গৰ গৃহত গৈ গৰিমা শইকীয়া গাৰ্গক লগ কৰি জুবিন ক্ষেত্ৰলৈ যাব গায়িকা গৰাকী । জুবিন গাৰ্গৰ সৈতে কেইবাটাও গান পৰিৱেশন কৰিছিল জোজোৱে ।