মানকাচৰ: মানকাচৰ সমষ্টিৰ ২৫টা মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণৰ বাবে সাজু মহিলা নিৰ্বাচনী বিষয়াসকল
Mankachar, South Salmara-Mankachar | May 6, 2025
মঙ্গলবাৰে দিনৰ ১১ বজাত ভোটগ্ৰহনৰ বাবে আত্মবিশ্বাসী মহিলা বিষয়া সকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।কাইলৈ অনুষ্ঠিত হ'বলগীয়া...