মানকাচৰ: হাটশিঙিমাৰীত লোক আদালতৰ জৰিয়তে 275 টা গোচৰ নিষ্পত্তি, বিভিন্ন গোচৰত সংগ্ৰহ প্ৰায় ৯১ লাখ টকা
Mankachar, South Salmara-Mankachar | Sep 13, 2025
শনিবাৰে দিনৰ আনুমানিক 2বজালৈকে তৃতীয় লোক আদালতৰ জৰিয়তে 275 টকা গোচৰ নিষ্পত্তি কৰাত প্ৰায় 91লাখ টকা আদায় কৰে।...