শনিবাৰে সন্ধিয়া ৭ বজাত বিলাসীপাৰা জিলা বিজেপিৰ উদ্যোগত উলিওৱা হয় জোঁৰ সমদল।কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি উলিয়াই এই সমদল ।বিলাসীপাৰা জিলা বিজেপিৰ কাৰ্যালয়ৰ পৰা গান্ধী চক লৈ উলিওৱা হয় এই সমদল। উক্ত জোৰ সমদলত প্ৰায় শতাধিক বিজেপি সমৰ্থক অংশগ্ৰহণ কৰে।