কামপুৰ: কচুৱাৰ ২ নং ফাকলিত অগ্নিকাণ্ড, দাউদাউকৈ জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত এটা বাসগৃহ, প্ৰায় ২ লক্ষাধিক টকাৰ সামগ্ৰীৰ ক্ষতিসাধন
Kampur, Nagaon | Oct 22, 2024
নগাঁৱৰ কচুৱাৰ ২ নং ফাকলিত মঙলবাৰে মাজনিশা প্ৰায় দুই মান বজাত ভয়ংকৰ অগ্নিকাণ্ড । দাউ দাউকৈ জ্বলি সম্পূৰ্ণ ৰূপে ভষ্মিভূত...