বাঘবৰ: বালিকুৰি এন চি গাঁৱত অগ্নিকাণ্ড, দুটা পহুধনৰ মৃত্যু হোৱাৰ লগতে জাহ যায় এটা ঘৰ, মৰাপাট আৰু দুটাকৈ খেৰৰ দম
Baghbor, Barpeta | Aug 24, 2025
কলগাছিয়াৰ বালিকুৰি এন চি গাঁৱত সংঘটিত হয় অগ্নিকাণ্ড। অগ্নিকাণ্ডত কাশেম আলী নামৰ এজন ব্যক্তিৰ আৱাসগৃহ ভষ্মিভূত হৈ দুটা...