নগাঁও: কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত নেন ফাৰ্টিলাইজাৰৰ ড্ৰোণৰ সহায়ত কৃষি পথাৰত প্ৰয়োগৰ প্ৰদৰ্শনীত উপস্থিত জিলা আয়ুক্ত
Nagaon, Nagaon | Sep 16, 2025 কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত নেন ফাৰ্টিলাইজাৰৰ ড্ৰোণৰ সহায়ত কৃষি পথাৰত প্ৰয়োগৰ প্ৰদৰ্শনী। উপস্থিত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা।পূৰ্বৰ দৰে কৃষকে বস্তুাই বস্তাই কিনিব নালাগে সাৰ , এটিয়া সাৰৰ ক্ষুদ্ৰতম সংস্কৰণ "নেন ফাৰ্টিলাইজাৰ"(Nano Fertilisers) উপলব্ধ হৈছে। এই নেন ফাৰ্টিলাইজাৰৰ সূক্ষ্ম কণা, উচ্চ শোষণ ক্ষমতা, নিয়ন্ত্রিত পুষ্টি সৰবৰাহ, কম পৰিমাণৰ ব্যবহাৰ, পৰিবেশ অনুকুল, উন্নত মানদণ্ডৰ, পৰিবহনৰ সুবিধা আদি বিভিন্ন বিষয়ৰ সুবিধাৰ বাবে নেন ফাৰ্টিলাইজাৰ সুবিধাজনক হিচাপে গুৰ