নগাঁও: নগাঁৱৰ জাজৰিত হাতিচোং আঞ্চলিক ছাত্ৰ সন্থাই অনুষ্ঠিত কৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
Nagaon, Nagaon | Oct 19, 2025 নগাঁৱৰ জাজৰিত হাতিচোং আঞ্চলিক ছাত্ৰ সন্থাই অনুষ্ঠিত কৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাৰে সোঁৱৰে সকলোৱে।উল্লেখ্য যে হাতিচোং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নগাঁৱৰ জাজৰিৰ মুখ্য কায্যলয়ত ৰাজহুৱাকৈ অনুষ্ঠিত কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্রদানৰো দাবী জনাই সংগঠনটোৰ বি