বঙাইগাঁও ভাগ: "হাগ্ৰামা মহিলাৰীয়ে BTC ৰ গাড়ী অকলে চলাব নোৱাৰে" চহৰত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
"হাগ্ৰামা মহিলাৰীয়ে BTC ৰ গাড়ী অকলে চলাব নোৱাৰে,বিজেপি,UPPL,BPF মিলি চৰকাৰ গঠন কৰিব BTC ত" চহৰত বুধবাৰে দিনৰ ২.৩০ মিনিটত মন্তব্য মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ।তেওঁ লগতে আৰু কয় BTC ত কোনো দলে অকলে চৰকাৰ গঠন কৰিব নোৱাৰে ।