চেঙা: আদুৰীপাৰা গাঁৱৰ ১৪৪ নং আদৰ্শ অংগনাবাড়ী কেন্দ্ৰৰ ভৱন নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে বিধায়ক আশ্ৰাফুল হুছেইনে
Chenga, Barpeta | Aug 6, 2025
চেঙা সমষ্টিৰ কাছুমাৰা গাঁও পঞ্চায়তৰ আদুৰীপাৰা গাঁৱৰ শিশুসকলৰ সৰ্বাঙ্গীণ কল্যাণৰ বাবে ১৪৪ নং অংগনাবাড়ী কেন্দ্ৰক আদৰ্শ...