নগাঁও: জুৰীয়াৰ কাষৰীত ভূমিকেন্দ্ৰিক সংঘাত,দলবদ্ধ আক্ৰমণত বৃদ্ধ মহিলা, কিশোৰী সহ পাঁচ জন আহত,মঙলবাৰে মন্তব্য ভুক্তভোগীৰ
Nagaon, Nagaon | Oct 21, 2025 জুৰীয়াৰ কাষৰীত ভূমিকেন্দ্ৰিক সংঘাত,দলবদ্ধ আক্ৰমণত বৃদ্ধ মহিলা, কিশোৰী সহ পাঁচ জন আহত,মঙলবাৰে দিনৰ প্ৰায় ১২ মান বজাত ন্যায় বিচাৰি মন্তব্য ভুক্তভোগী পৰিয়ালৰ ।আব্দুল মোতালিবৰ নেত্বতত প্ৰায় ২০/২২জনীয়া এটি দলে এমৰান হুছেইনৰ ঘৰত সোমাই দলবদ্ধ বাবে আক্ৰমণ কৰি বৃদ্ধ মহিলাক হাত-ভৰি বান্ধি মাৰপিট কৰাৰ অভিযোগ।হাতে হাতে দা লাঠি জেং লৈ এমৰানৰ চাৰি জনীয়া পৰিয়ালক হত্যা কৰি মাটি বেদখল কৰাৰ চক্ৰান্ত ভু- মাফিয়াৰ দলৰ। অভিযোগ মতে, এমৰান হুছেইনে ঘৰৰ ভিতৰত সোমাই যেনেতেনে নিজৰ প্ৰা