মানকাচৰ: 'জিলাত চলি থকা অবৈধ কাঠ ফলা মিল বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে', হাটশিঙিমাৰীত জিলা আছুৰ সাধাৰণ সম্পাদকৰ মন্তব্য
Mankachar, South Salmara-Mankachar | Sep 3, 2025
বুধবাৰে আবেলি ৪ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাত দীৰ্ঘদিন ধৰি চলি থকা অবৈধ কাঠ মেলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জিলা...