মৰিগাঁও: মৰিগাঁও জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত অনুষ্ঠিত ৪দিনীয়া তিৱা ভাষা প্ৰশিক্ষণ শিৱিৰ উদ্বোধন কৰে মন্ত্ৰী ৰনোজ পেগুৱে
Marigaon, Morigaon | Sep 8, 2025
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ শিক্ষা বিভাগে নতুন শিক্ষা নীতিৰ অধীনত তিৱা বসতি প্ৰধান অঞ্চলৰ...