Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
कांग्रेस
मौत
बीजेपी
Congress
Modi
Delhi
Viral
Rajasthan
मध्यप्रदेश
Bollywood
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
Uttarakhand
Crimenews
Karnataka
Education
Rss

বিশ্বনাথ: প্ৰতাপগড়ত অচিনাকি বাহনৰ খুন্দাত থিতাতে নিহত এজন

Biswanath, Biswanath | Nov 2, 2025

MORE NEWS

🙏 সোনম ৱাংচুক ছাৰৰ শান্তিপূৰ্ণ আন্দোলনৰ প্ৰতি সমৰ্থন জনাওক।

#SonamWangchuk #Education #SaveEducation #PeacefulProtest #Assamese Rituraj Duwarah

🙏 সোনম ৱাংচুক ছাৰৰ শান্তিপূৰ্ণ আন্দোলনৰ প্ৰতি সমৰ্থন জনাওক। #SonamWangchuk #Education #SaveEducation #PeacefulProtest #Assamese Rituraj Duwarah

Biswanath, Biswanath | Jul 18, 2026

অসমৰ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিহালী অভয়াৰণ্য পৰিদৰ্শন কৰি যিবোৰ মন্তব্য আগবঢ়াইছে, সেই সন্দৰ্ভত কিছু কথা স্পষ্ট কৰা দৰকাৰ। মুখৰ কথাৰে 'সাতখন হাল বাওঁ' বুলি ক'বলৈ সহজ, কিন্তু সীমান্তৰ প্ৰকৃত বাস্তৱ পৰিস্থিতি কি তাক জনা উচিত,এই মন্তব্য চি পি আই (এম এলৰ)ৰ ৰাজ্যিক সম্পাদক বিবেক দাসৰ।✅✅✅#behalidarpan

Biswanath, Biswanath | Jul 17, 2026

নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ
 সদ্য ঘোষিত নীট পৰীক্ষাত বিহালী সমজিলাৰ অন্তৰ্গত ৰাংছালী সোনাৰী গাৱৰ বিৰাজ কানুৱে ৫৬১ নম্বৰ লাভ কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে।✅✅✅#behalidarpan

নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ সদ্য ঘোষিত নীট পৰীক্ষাত বিহালী সমজিলাৰ অন্তৰ্গত ৰাংছালী সোনাৰী গাৱৰ বিৰাজ কানুৱে ৫৬১ নম্বৰ লাভ কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে।✅✅✅#behalidarpan

Biswanath, Biswanath | Jul 17, 2026