Public App Logo
Jansamasya
National
Swasthnarisashaktparivar
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth

তিনিচুকীয়া: গুইজান ঘাটত জিলা আয়ুক্ত স্বপ্নীল পালৰ দশমী বিসৰ্জন প্ৰস্তুতিৰ কাম কাজ পৰিদৰ্শন

Tinsukia, Tinsukia | Sep 30, 2025
আজি মঙ্গলবাৰে মহা অষ্টমী । ৰাজ্যবাসীয়ে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধা জ্ঞাপন কৰি আনুষ্ঠানিক নীতি নিয়মৰ মাজেৰে পালন কৰিছে দুৰ্গা পূজা ।যদিও শাৰদীয় পূজাক লৈ নাই কোনো উচাহ । দশমী দিনা প্ৰতিমা বিসৰ্জন দিয়াৰ অৰ্থে দুপৰীয়া প্ৰায় ১ বজাত তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পালে গুইজান ঘাটত বিসৰ্জন প্ৰস্তুতিৰ সকলো কাম কাজ পৰিদৰ্শন কৰে।

MORE NEWS