নগাঁও: মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে চকলাঘাটৰ দৰঙীয়াল গাঁৱৰ নামঘত নিশা অনুষ্ঠিত হয় ভাওনা,উপস্থিত শ শ ভক্ত প্ৰাণ ৰাইজ
Nagaon, Nagaon | Sep 12, 2025
মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে নগাঁৱৰ চকলাঘাটৰ দৰঙীয়াল গাঁৱৰ নামঘত নিশা অনুষ্ঠিত হয় ভাওনা।অঞ্চলটোৰ নৱ প্ৰজন্মৰ...