নগাঁও: চামগুৰিৰ বকুলতলত প্ৰাকৃতিক দুৰ্যোগৰ ফলত মৃত্যু প্ৰায় শতাধিক পৰিভ্ৰমী শামুক ভঙা চৰাই,বন বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ
Nagaon, Nagaon | Aug 27, 2025
চামগুৰিত সংঘটিত শোকাৱহ ঘটনা।প্ৰাকৃতিক দুৰ্যোগৰ ফলত মৃত্যু প্ৰায় শতাধিক পৰিভ্ৰমী শামুক ভঙা চৰাই।বুধবাৰে বিয়লি প্ৰায় তিনি...