হোজাই: ষ্টেচন ৰোডত উত্তপ্ত পৰিস্থিতি,এখন ৰেষ্টুৰেণ্টত যুৱতীয়ে মুছলমান যুৱকৰ সৈতে নিশা জন্মদিন উদযাপন কৰাত একাংশৰ দলবদ্ধ আক্ৰমণ
Hojai, Hojai | Aug 10, 2025
শনিবাৰে নিশা প্ৰায় ১০.৩০মান বজাত হোজাই ষ্টেচন ৰোডত উত্তপ্ত পৰিস্থিতি।এখন ৰেষ্টুৰেণ্টত যুৱতীয়ে মুছলমান যুৱকৰ সৈতে নিশা...