আজাৰা: গুৱাহাটী বিমানবন্দৰত AirIndia বিমানৰ জৰুৰী অৱতৰণ
গুৱাহাটী বিমানবন্দৰত AirIndia বিমানৰ জৰুৰী অৱতৰণ । AirIndia Expressৰ IX1186 নম্বৰৰ বিমানখন গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ উৰা মাৰিছিল । ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণ কৰিবলৈ লওঁতেই বিমানত বিসংগতি ধৰা পৰে পিছত বিমানখন পুনৰ উভতাই আনি গুৱাহাটীত অৱতৰণ কৰে ।