দাংতল ৰাজহ চক্ৰ: বাসুগাঁৱত আগন্তুক বিটিআৰ নিৰ্বাচন লৈ বিপিএফৰ সভা অনুষ্ঠিত, উপস্থিত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী
আজি চিৰাং জিলাৰ ১৩ নং চিৰাং সমষ্টিৰ অন্তৰ্গত বাসুগাঁৱত আগন্তুক বিটিআৰ নিৰ্বাচন লৈ বিপিএফ দলৰ এক সভা অনুষ্ঠিত হয়,আজিৰ এই সভাত আগন্তুক বিটিআৰ নিৰ্বাচনত বিপিএফৰ প্ৰাৰ্থী গৰাকীক জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় ,আজিৰ এই সভাত বিটিআৰৰ প্ৰাক্তন চিফ তথা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী সহ চিৰাং জিলা বিপিএফৰ বিভিন্ন বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে।